তেজপুৰত পত্নীক হত্যা কৰি আত্মহত্যা এজন কয়দীৰ

তেজপুৰত পত্নীক হত্যা কৰি আত্মহত্যা এজন কয়দীৰ
  • তেজপুৰত সংঘটিত হ'ল এক নিৰ্মম ঘটনা।
  • যাৱজ্জীৱন কাৰাবাসেৰে দণ্ডিত এজন কয়দীয়ে হত্যা কৰিলে পত্নীক।
  • চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে পত্নী কল্পনা দেৱীক।
  • পত্নীক হত্যা কৰি চিপ লৈ আত্মহত্যা জীতেন নাথ নামৰ কয়দীজনৰ।
  • উল্লেখ্য যে, পেৰলত ঘৰলৈ আহিছিল জীতেন নাথ।
  • হত্যাকাণ্ডৰ গোচৰতেই যাৱজ্জীৱন কাৰাবাস খাটি আছিল নাথে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in