তেজপুৰত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ১১জন

ফাইল ফটো
ফাইল ফটো
  • তেজপুৰত খাদ্যত বিষক্ৰিয়া।
  • বিষক্ৰিয়াৰ ফলত ১১জন লোক অসুস্থ।
  • নিশাৰ আহাৰ গ্ৰহণৰ পিছতে অসুস্থ হৈ পৰে লোকসকল।
  • অসুস্থ আটাইকেইজন লোক নগালেণ্ডৰ ওখা জিলাৰ বুলি জানিব পৰা গৈছে।
  • ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত অব্যাহত আছে উত্তেজনা।
  • অসুস্থ ৮জন লোকক ভৰ্তি কৰা হৈছে কনকলতা অসামৰিক চিকিৎসালয়ত।
  • দুজন লোকক মিছন হাস্পতালত ভৰ্তি কৰা হৈছে।
  • ইফালে এজনক বি জে হাস্পতালত ভৰ্তি কৰোৱা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in