তেজপুৰত মানসিৰি জিলা পৰিষদৰ পুনৰ ভোটগণনা

তেজপুৰত মানসিৰি জিলা পৰিষদৰ পুনৰ ভোটগণনা
  • তেজপুৰত মানসিৰি জিলা পৰিষদৰ পুনৰ কৰা হ'ব ভোটগণনা।
  • জিলা নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী পৰ্যবেক্ষকৰ সিদ্ধান্ত গ্ৰহণ।
  • ১০৮ টা ভোটত জয়ী হৈছিল কংগ্ৰেছৰ ৰাম প্ৰসাদ চেত্ৰী।
  • পৰাজিত বিজেপি প্ৰাৰ্থী কেশৱ উপাধ্যায়।
  • বিজেপি সমৰ্থকৰ আৱেদনৰ ভিত্তিত পুনৰ ভোটগণনা।
  • এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কংগ্ৰেছ সমৰ্থকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in