দলঙত বাইক ৰখাই লুইতত জাঁপ দিলে যুৱকে

দলঙত বাইক ৰখাই লুইতত জাঁপ দিলে যুৱকে
  • শনিবাৰে দুপৰীয়া তেজপুৰত কলিয়াভোমোৰা দলঙৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ এজন যুৱকৰ৷
  • দলঙৰ ওপৰত বাইক ৰখাই লুইতত জাঁপ দিয়ে যুৱকজনে।
  • এইপৰ্যন্ত জানিব পৰা নাই যুৱকজনৰ পৰিচয়।
  • ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।
  • আৰক্ষীয়ে উদ্ধাৰ কৰিছে এএছ ১২পি ৮৫৮২ নম্বৰৰ যুৱকজনৰ পালছাৰ বাইকখন৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in