তেজপুৰত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল ট্ৰেক্টৰ, নিহত ১

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • তেজপুৰৰ ডিপোটাত ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ এজন নিহত।
  • নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত বাগৰি পৰিল এখন ট্ৰেক্টৰ।
  • ট্ৰেক্টৰৰ তলত পৰি থিতাতে নিহত হয় লোকজন।
  • এইপৰ্যন্ত জানিব পৰা হোৱা নাই নিহত লোকজনৰ পৰিচয়।
  • দুৰ্ঘটনাত আহত হোৱা আন এজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in