শেহতীয়া খবৰ
কঠিয়াতলীত চৰকাৰৰ ভূমি নীতিৰ প্ৰতিলিপি দাহেৰে প্ৰতিবাদ...  •  অখিল গগৈৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনাৰে শিমলুগুৰিত প্ৰাৰ্থনা...  •  অখিল গগৈসহ সকলো ‘কা’ বিৰোধী প্ৰতিবাদকাৰীৰ মুক্তিৰ দাবীত যোৰহাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী...  •  নীৰৱ মোডীৰ ৩২৯.৬৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিলে ই ডিয়ে...  •  কোভিড-১৯ঃ ৰাজস্থানত হাস্পতালৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যা এজনৰ...  •  লাওখোৱাৰ ভুৰবন্ধাত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া...  •  পুৰণিগুদামত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ...  •  বকোত ভয়ংকৰ পথ দুৰ্ঘটনা: আল্ট্ৰা বাছৰ খু্ন্দাত প্ৰাক্তন সৈনিকৰ থিতাতে মৃত্যু...  •  চিকিত্‍সক কোৰোনাত আক্ৰান্ত হোৱাৰ পিছত JMCHত হাহাকাৰ...  •  অসমত কোৰোনাত আক্ৰান্ত হৈ পুনৰ ওদালগুৰিৰ যুৱকৰ মৃত্যু...

ফুটবল খেল চাবলৈ গৈ ঘূৰি নাহিল, তেজপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৪ বন্ধুৱে

817
  • তেজপুৰত সোমবাৰে নিশা সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা।
  • ৰৈ থকা ট্ৰাকত খুন্দা টাটা মাঞ্জা বাহনৰ।
  • দুৰ্ঘটনাগ্ৰস্ত মাঞ্জা বাহনখনত আছিল ৪জন যুৱক।
  • বিহগুৰি দৈনিক বজাৰত সংঘটিত হয় এই দুৰ্ঘটনা।
  • থিতাতে নিহত হয় যুৱককেইজন।
  • নিহতসকল হৈছে ক্ৰমে মৃদুল শইকীয়া, গৌতম দাস, উজ্জ্বল কুৰ্মী আৰু সোমেশ্বৰ নাথ।
  • দুৰ্ঘটনা সংঘটিত হোৱা স্থানত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
  • ৰাইজে নিশাই অৱৰোধ কৰে পথ।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
  • তেলেৰীয়াত ফুটবল খেল চাই যুৱককেইজন ঘৰলৈ উভতোতে এই দুৰ্ঘটনা সংঘটিত হয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি