ফুটবল খেল চাবলৈ গৈ ঘূৰি নাহিল, তেজপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৪ বন্ধুৱে

ফুটবল খেল চাবলৈ গৈ ঘূৰি নাহিল, তেজপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৪ বন্ধুৱে
  • তেজপুৰত সোমবাৰে নিশা সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা।
  • ৰৈ থকা ট্ৰাকত খুন্দা টাটা মাঞ্জা বাহনৰ।
  • দুৰ্ঘটনাগ্ৰস্ত মাঞ্জা বাহনখনত আছিল ৪জন যুৱক।
  • বিহগুৰি দৈনিক বজাৰত সংঘটিত হয় এই দুৰ্ঘটনা।
  • থিতাতে নিহত হয় যুৱককেইজন।
  • নিহতসকল হৈছে ক্ৰমে মৃদুল শইকীয়া, গৌতম দাস, উজ্জ্বল কুৰ্মী আৰু সোমেশ্বৰ নাথ।
  • দুৰ্ঘটনা সংঘটিত হোৱা স্থানত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
  • ৰাইজে নিশাই অৱৰোধ কৰে পথ।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
  • তেলেৰীয়াত ফুটবল খেল চাই যুৱককেইজন ঘৰলৈ উভতোতে এই দুৰ্ঘটনা সংঘটিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in