কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড; অসমীয়া ব্যৱসায়ীৰ বিস্তৰ ক্ষতিসাধন…

কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড; অসমীয়া ব্যৱসায়ীৰ বিস্তৰ ক্ষতিসাধন…
  • কুৱেইটত ভয়ংকৰ অগ্নিকাণ্ড।
  • কুৱেইটৰ চুকছ-আল মুবাৰাকীয়া মাৰ্কেটত এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত ভস্মীভূত প্রায় ৫০০ ব্যৱসায়িক প্রতিষ্ঠান।
  • ইয়াৰে অধিক সংখ্যক আছিল অসমীয়া ব্যৱসায়ী।
  • কেইবাজনো অসমীয়া ব্যৱসায়ী অগ্নিদগ্ধ হোৱাৰ সন্দেহ।
  • অসমীয়া ব্যৱসায়ীসকলৰ বহুকোটি টকাৰ ক্ষয়-ক্ষতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in