কেমিকেল ফেক্টৰীত বিধ্বংসী অগ্নিকাণ্ডঃ ১২জন লোকে হেৰুৱালে প্ৰাণ…

কেমিকেল ফেক্টৰীত বিধ্বংসী অগ্নিকাণ্ডঃ ১২জন লোকে হেৰুৱালে প্ৰাণ…

  • মহাৰাষ্ট্ৰৰ পুনেৰ এটা কেমিকেল ফেক্টৰীত সংঘটিত অগ্নিকাণ্ড।
  • পুনেৰ ঘোটাবডে ভাটা এলেকাস্থিত এই ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত বৰ্তমানলৈ ১২জনকৈ লোকৰ মৃত্যু হোৱা খবৰ পোৱা গৈছে।
  • ইয়াৰোপৰি সন্ধানহীন হৈ আছে ফেক্টৰীটোত কাম কৰা পাঁচ জন লোক।
  • উক্ত স্থানত উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে অগ্নিনিৰ্বাপক বাহিনীয়ে।
  • অগ্নিনিৰ্বাপক বাহিনীৰ মতে, ৩৭জন কৰ্মচাৰীৰ ভিতৰত ২০জন লোকক উদ্ধাৰ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in