তেলেংগানাত ভয়ংকৰ ভূমিস্খলন, নিহত ১০ মহিলা শ্ৰমিক…

তেলেংগানাত ভয়ংকৰ ভূমিস্খলন, নিহত ১০ মহিলা শ্ৰমিক…
  • তেলেংগানাত ভয়ংকৰ ভূমিস্খলন।
  • এখন টিলা খহি পৰি নিহত ১০গৰাকী মহিলা শ্ৰমিক।
  • কাম কৰি থকা অৱস্থাতেই খহি পৰে টিলাখন।
  • ভূমিস্খলনত আৱদ্ধ আৰু বহু লোক।
  • উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in