শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

অভিনেতা নাগাৰ্জুনৰ ফাৰ্ম হাউছত উদ্ধাৰ মৃতদেহ…

3,352

ডিজিটেল ডেস্কঃ জনপ্ৰিয় তেলেগু অভিনেতা নাগাৰ্জুনৰ হায়দৰাবাদস্থিত ফাৰ্ম হাউছত যোৱা বৃহস্পতিবাৰে উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ। আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি কিছুদিনৰ পূ্ৰ্বে ফাৰ্ম হাউছৰ বিভিন্ন দিশ চোৱা-চিতাৰ বাবে লোকজনক ৰখা হৈছিল ফাৰ্ম হাউছ্ত।

হায়দৰাবাদৰ পপীৰেড্ডীগুডাত থকা এই ফাৰ্ম হাউছটোৰ এটা ৰূমত উদ্ধাৰ হৈছে লোকজনৰ মৃতদেহ। বৰ্তমানৰ লৈকে লোকজনৰ মৃত্যু সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰা নাই আৰক্ষীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি