শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা…

  • মাধ্যমিক শিক্ষা ঠিকাভিত্তিক নিয়োজিত শিক্ষকসকলৰ বাবে সুখবৰ।
  • অচিৰেই তেওঁলোকে লাভ কৰিব তিনি মাহৰ দৰমহা।
  • এই শিক্ষকসকলৰ দৰমহাৰ বাবে বিত্ত বিভাগে মুকলি কৰিছে চিলিং।
  • শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ফেচবুক যোগে সদৰী কৰিছে এই কথা।
  • উল্লেখ্য যে, এই শিক্ষকসকলে দীৰ্ঘদিন ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছিল।
  • শিক্ষা মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, তেওঁলোকৰ তিনি মাহৰ দৰমহা মুকলি কৰি দিছে বিত্ত বিভাগে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি