মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা…

মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা…
  • মাধ্যমিক শিক্ষা ঠিকাভিত্তিক নিয়োজিত শিক্ষকসকলৰ বাবে সুখবৰ।
  • অচিৰেই তেওঁলোকে লাভ কৰিব তিনি মাহৰ দৰমহা।
  • এই শিক্ষকসকলৰ দৰমহাৰ বাবে বিত্ত বিভাগে মুকলি কৰিছে চিলিং।
  • শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ফেচবুক যোগে সদৰী কৰিছে এই কথা।
  • উল্লেখ্য যে, এই শিক্ষকসকলে দীৰ্ঘদিন ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছিল।
  • শিক্ষা মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, তেওঁলোকৰ তিনি মাহৰ দৰমহা মুকলি কৰি দিছে বিত্ত বিভাগে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in