পি ভি সিন্ধুলৈ কেৰালা চৰকাৰৰ ১০ লাখ টকা…

পি ভি সিন্ধুলৈ কেৰালা চৰকাৰৰ ১০ লাখ টকা…
  • বেডমিন্টন তাৰকা পি ভি সিন্ধুলৈ কেৰালা চৰকাৰৰ পুৰষ্কাৰ।
  • ১০ লাখ টকাৰে পুৰষ্কৃত কৰিলে কেৰালা চৰকাৰে।
  • বিগত ২৫ আগষ্টত বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপত জয়ী হোৱাৰ পাছতে চৰকাৰে ঘোষণা কৰিছিল এই পুৰষ্কাৰ।
  • কেৰালা অলিম্পিক সংস্থাৰ অধ্যক্ষই বুধবাৰে খেলুৱৈ গৰাকীক প্ৰদান কৰে এই ধনৰাশি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in