শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

পি ভি সিন্ধুলৈ কেৰালা চৰকাৰৰ ১০ লাখ টকা…

236
  • বেডমিন্টন তাৰকা পি ভি সিন্ধুলৈ কেৰালা চৰকাৰৰ পুৰষ্কাৰ।
  • ১০ লাখ টকাৰে পুৰষ্কৃত কৰিলে কেৰালা চৰকাৰে।
  • বিগত ২৫ আগষ্টত বিশ্ব বেডমিন্টন চেম্পিয়নশ্বীপত জয়ী হোৱাৰ পাছতে চৰকাৰে ঘোষণা কৰিছিল এই পুৰষ্কাৰ।
  • কেৰালা অলিম্পিক সংস্থাৰ অধ্যক্ষই বুধবাৰে খেলুৱৈ গৰাকীক প্ৰদান কৰে এই ধনৰাশি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি