প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন…

ফাইল ফটো
ফাইল ফটো
  • দেওবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপজা দিন।
  • ১৯৩৪ৰ ১১ অক্টোবৰত জন্মগ্ৰহণ কৰা গগৈয়ে ভৰি দিলে ৮৬ বছৰত।
  • জন্মদিনৰ দিনটোতো চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী।
  • উল্লেখ্য যে, কোৰোনাত আক্ৰান্ত হৈ সুস্থ হৈছিল যদিও, জিএমচিএইচতে চিকিৎসাধীন হৈ আছে গগৈ।
  • ২৬ আগষ্টত কোভিড পজিটিভ ধৰা পৰিছিল তেওঁৰ দেহত।
  • তাৰপাছতে তেওঁক ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in