শেহতীয়া খবৰ
আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল থুনলাই নাৰ্জাৰী...  •  আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল থুনলাই নাৰ্জাৰী...  •  যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  বঙাইগাঁও-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ কৰি দিলে গধূৰ যান-বাহনৰ চলাচল...  •  কংগ্ৰেছলৈ উভতি আহিছে বিধায়ক ৰামালিংগা ৰেড্ডী  •  বৃহস্পতিবাৰে বিধানসভাত বিশ্বাস ভোটত অবতীৰ্ণ হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীঃ বিসম্বাদী বিধায়কক দলৰ বিৰুদ্ধে নাযাবলৈ সকিয়নী  •  অভয়াপুৰী মালেগড়ত পানীৰ সোঁতে উটুৱাই নিলে এজনক  •  শিলচৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ সক্ৰিয় দালাল চক্ৰ , দুদিনৰ ভিতৰত ২ বাৰ ৰক্তদান কৰি গ্ৰেপ্তাৰ দালাল...  •  বান-গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে নতুনকৈ ৩০ কোটি টকাৰ আচঁনি ঘোষণা, চামগুৰিৰ লাওখোৱাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত...

কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমানঃ তৰুণ গগৈ

302
  • গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাক সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।
  • কুইন ওজাৰ গুৱাহাটীৰ কাউন্সিলাৰ হোৱাৰ যোগ্যতা নাই বুলি প্ৰশ্ন তৰুণ গগৈৰ।
  • দেওবাৰে এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।

  • গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ বাইক ৰেলীত অংশ লৈ এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।
  • তেওঁ লগতে কয়- ‘কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমান’।

  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা তৰুণ গগৈৰ।
  • ‘হিমন্তৰ নাচ চাই মানুহে ভোট নিদিয়ে’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি