কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমানঃ তৰুণ গগৈ

ফাইল ফটো
ফাইল ফটো
  • গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাক সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।
  • কুইন ওজাৰ গুৱাহাটীৰ কাউন্সিলাৰ হোৱাৰ যোগ্যতা নাই বুলি প্ৰশ্ন তৰুণ গগৈৰ।
  • দেওবাৰে এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।
  • গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ বাইক ৰেলীত অংশ লৈ এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।
  • তেওঁ লগতে কয়- 'কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমান'।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা তৰুণ গগৈৰ।
  • 'হিমন্তৰ নাচ চাই মানুহে ভোট নিদিয়ে'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in