মুখ্যমন্ত্ৰীক লগত লৈ যোৰহাটত মনোনয়ন তপন গগৈৰ

মুখ্যমন্ত্ৰীক লগত লৈ যোৰহাটত মনোনয়ন তপন গগৈৰ
  • যোৰহাট লোকসভা সমষ্টিৰ বাবে তপন গগৈৰ মনোনয়ন দাখিল।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ কামাখ্যা তাচাক লগত লৈ যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিৰ হাতত জমা দিলে মনোনয়ন।
  • মিত্ৰজোঁটৰ উজনিৰ প্ৰায়সংখ্যক বিধায়কে সংগ দিলে তপন গগৈক।
  • উপস্থিত থাকে দহ সহস্ৰাধিক দলীয় নেতা-কৰ্মী।
  • মনোনয়ন দাখিল কৰিয়ে বিজয় নিশ্চিত বুলি মন্তব্য কৰে প্ৰাৰ্থীজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in