শেহতীয়া খবৰ
টিহুত বানত মৃত্যু যুৱকৰ…  •  ২০ জুলাইত ওদালগুৰি আছুৱে সম্বৰ্ধনা জনাব ২১৯ গৰাকী মেধাৱী শিক্ষাৰ্থীক  •  ৰহাত এনএছইউআইৰ বান সাহায্য সংগ্ৰহ  •  মহিলাক জীৱন্তে দাহঃ ২ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড  •  ওদালগুৰি জিলাত জাপানী এনকেফেলাইটিছৰ আতংকঃ ৩ জনৰ মৃত্যু, ৩২ গৰাকী সন্দেহজনক ৰোগী চিনাক্ত  •  ভাতৃক ৮ টা গুলীৰে গুলীয়াই হত্যাঃ সেই খবৰ পাইয়ো খেলপথাৰত দুৰ্দান্ত প্ৰদৰ্শন আৰ্চৰৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ক্লেনিজ বসুমতাৰী নামৰ আনজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...  •  বাহনসহ নৈত বাগৰি পৰিল এটা পৰিয়াল, কথমপি বাচিল প্ৰাণ  •  ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ জনৰ মৃত্যু...  •  এতিয়াৰ পৰা পোছাকত চি চি কেমেৰা আঁৰি ডিউটি কৰিব ট্ৰফিক আৰক্ষীয়ে...

মুখ্যমন্ত্ৰীক লগত লৈ যোৰহাটত মনোনয়ন তপন গগৈৰ

87
  • যোৰহাট লোকসভা সমষ্টিৰ বাবে তপন গগৈৰ মনোনয়ন দাখিল।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ কামাখ্যা তাচাক লগত লৈ যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিৰ হাতত জমা দিলে মনোনয়ন।

  • মিত্ৰজোঁটৰ উজনিৰ প্ৰায়সংখ্যক বিধায়কে সংগ দিলে তপন গগৈক।

  • উপস্থিত থাকে দহ সহস্ৰাধিক দলীয় নেতা-কৰ্মী।

  • মনোনয়ন দাখিল কৰিয়ে বিজয় নিশ্চিত বুলি মন্তব্য কৰে প্ৰাৰ্থীজনে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি