Published on:
Updated on:
- তামিলনাডুৰ ইডিগাৰাইত দেওবাৰে আৰক্ষীৰ অভিযান।
- অভিযানকালত জব্দ নকল নোট বনোৱা যন্ত্ৰ-পাতি।
- লগতে আৰক্ষীয়ে জব্দ কৰে প্ৰায় ১৪ লাখ টকাৰ নকল নোট।
- ইতিমধ্যে আৰক্ষীয়ে এই চক্ৰৰ সৈতে জড়িত ৫জনক কৰিছে গ্ৰেপ্তাৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in