তামিলনাডুৰ কৃষি মন্ত্ৰী আৰ ডোৰাইকান্নুৰ দেহাৱসান…

তামিলনাডুৰ কৃষি মন্ত্ৰী আৰ ডোৰাইকান্নুৰ দেহাৱসান…
  • তামিলনাডুৰ কৃষি মন্ত্ৰী আৰ ডোৰাইকান্নুৰ দেহাৱসান।
  • কোৰোনাত আক্ৰান্ত হৈ আছিল কৃষি মন্ত্ৰীজন।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ।
  • শনিবাৰে নিশা কৌভেৰী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in