0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
শীঘ্ৰেই আলোচনা পন্থী আলফা গোটেৰে শান্তি চুক্তিৰ সম্ভাৱনা চৰকাৰৰ । বৃহস্পতিবাৰে আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়াই এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে । লগতে নেতাগৰাকীয়ে কয় যে যদিহে ডিএনএলএ বিচৰা ধৰণে ভাৰত চৰকাৰে সকলো দাবী মানি ল’বলৈ প্ৰস্তুত হয় তেনেহ’লে মে’ মাহৰ ভিতৰত শান্তি চুক্তিৰ সম্ভাৱনা আছে
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব