T20 বিশ্বকাপত আজি মুখামুখি হ’ব ভাৰত-পাকিস্তান…

T20 বিশ্বকাপত আজি মুখামুখি হ’ব ভাৰত-পাকিস্তান…
  • T20 বিশ্বকাপত আজি মুখামুখি হ'ব ভাৰত-পাকিস্তান।
  • হাইভল্টেজ মেচৰ বাবে দুই দেশত ব্যাপক উত্‍কণ্ঠা পৰিলক্ষিত হৈছে।
  • কোহলীৰ নেতৃত্বত ভাৰতৰ বিপৰীতে পাকিস্তানক নেতৃত্ব দিব অধিনায়ক বাবৰ আজমে।
  • উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ সৈতে ভাৰতে খেলিছে ৫খন খেল।
  • এই ৫খন খেলৰ এখনো খেলত বিজয় সাব্যস্ত কৰিব পৰা নাছিল পাকিস্তানে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in