শেহতীয়া খবৰ
গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...  •  প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰাঃ টীয়কত উপস্থিত দৰংৰ যুৱক...  •  নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় ২৯ শতাংশ বৃদ্ধিঃ ৯৭১ কোটিৰ পৰা ১,২৫০ কোটিলৈ বৃদ্ধি কৰা হ'ল নিৰ্মাণ ব্যয়....  •  জোনবিল মেলাৰ আজি দ্বিতীয়টো দিনঃ অনুষ্টুপীয়াকৈ অনুষ্ঠিত বিনিময় প্ৰথা...  •  শিশুৰ বাবে মাস্ক বাধ্যতামূলক নহয়ঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা...  •  গণৰাজ্য দিৱসত কোনে ক’ত কৰিব পতাকা উত্তোলন ...  •  ধেমাজিত ১৬৩ জনৰ কোভিড পজিটিভ...

T20 বিশ্বকাপত আজি মুখামুখি হ’ব ভাৰত-পাকিস্তান…

  • T20 বিশ্বকাপত আজি মুখামুখি হ’ব ভাৰত-পাকিস্তান।
  • হাইভল্টেজ মেচৰ বাবে দুই দেশত ব্যাপক উত্‍কণ্ঠা পৰিলক্ষিত হৈছে।
  • কোহলীৰ নেতৃত্বত ভাৰতৰ বিপৰীতে পাকিস্তানক নেতৃত্ব দিব অধিনায়ক বাবৰ আজমে।
  • উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ সৈতে ভাৰতে খেলিছে ৫খন খেল।
  • এই ৫খন খেলৰ এখনো খেলত বিজয় সাব্যস্ত কৰিব পৰা নাছিল পাকিস্তানে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি