অসম সন্তান সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ আন এক অভিলেখ…

অসম সন্তান  সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ আন এক অভিলেখ…
  • অসম সন্তান সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ গঢ়িলে আন এক অভিলেখ।
  • আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাটালেনা চেনেল সাঁতুৰি পাৰ হৈ বিৰল অভিলেখ গঢ়িলে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদজনে।
  • যুক্তৰাষ্ট্ৰৰ পৰা কাটালেনা চেনেল সাঁতুৰি পাৰ হৈ মেক্সিকো পালেগৈ হাজৰিকা।
  • প্ৰাক্তন আন্তৰ্জাতিক সাঁতোৰবিদ ৰিমু সাহাৰ সৈতে ৰীলে কৰি যাত্ৰা আৰম্ভ কৰিছিল এলভিছে।
  • ১০ ঘণ্টা ৫৯ মিনিটত মুঠ ৪০ কিলোমিটাৰ দূৰত্ব সাঁতুৰি অভিলেখ সৃষ্টি কৰিলে দুয়োগৰাকী সাঁতোৰবিদে।
  • কাটালেনা চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া এলভিছ আলী হাজৰিকা।
  • বিগত বৰ্ষত কাৰ্বি আংলঙত দুৰ্বৃত্তৰ হাতত নিহত অভি-নীলৰ সোঁৱৰণত এই অভিযান এলভিছ আলী হাজৰিকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in