শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

অসম সন্তান সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ আন এক অভিলেখ…

386
  • অসম সন্তান সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ গঢ়িলে আন এক অভিলেখ।
  • আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাটালেনা চেনেল সাঁতুৰি পাৰ হৈ বিৰল অভিলেখ গঢ়িলে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদজনে।

  • যুক্তৰাষ্ট্ৰৰ পৰা কাটালেনা চেনেল সাঁতুৰি পাৰ হৈ মেক্সিকো পালেগৈ হাজৰিকা।
  • প্ৰাক্তন আন্তৰ্জাতিক সাঁতোৰবিদ ৰিমু সাহাৰ সৈতে ৰীলে কৰি যাত্ৰা আৰম্ভ কৰিছিল এলভিছে।
  • ১০ ঘণ্টা ৫৯ মিনিটত মুঠ ৪০ কিলোমিটাৰ দূৰত্ব সাঁতুৰি অভিলেখ সৃষ্টি কৰিলে দুয়োগৰাকী সাঁতোৰবিদে।

  • কাটালেনা চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া এলভিছ আলী হাজৰিকা।
  • বিগত বৰ্ষত কাৰ্বি আংলঙত দুৰ্বৃত্তৰ হাতত নিহত অভি-নীলৰ সোঁৱৰণত এই অভিযান এলভিছ আলী হাজৰিকাৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি