শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব পাণ্ডু-মালিগাঁৱত স্বাস্থ্য বিভাগৰ শ্বাৱ সংগ্ৰহ অভিযান…

শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব পাণ্ডু-মালিগাঁৱত স্বাস্থ্য বিভাগৰ শ্বাৱ সংগ্ৰহ অভিযান…
  • শুকুৰবাৰৰ পৰা পাণ্ডু, মালিগাঁৱত হ'ব ৰেপিড এন্টিজেন (Rapid antigen) টেষ্ট।
  • অঞ্চলটোৰ প্রতিগৰাকী লোকৰ শ্বাৱ সংগ্রহ কৰিব স্বাস্থ্য বিভাগে।
  • উল্লেখ্য যে, এই ৰেপিড এন্টিজেন টেষ্ট ৱাৰ্ড ভিত্তিত কৰা নহয়।
  • শুকুৰবাৰৰ পুৱাৰ পৰা আৰম্ভ হ'ব শ্বাৱ সংগ্রহ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in