শেহতীয়া খবৰ
নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'বঃ বৃহস্পতিবাৰে ৰাজ্য উত্তাল কৰিব আছুসহ ৩০ সংগঠনে  •  দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক  •  বালিজুৰি-কাজিৰঙাত বন্যহস্তীৰ উপদ্ৰৱ, নিৰ্লিপ্ত বন বিভাগ  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  ওড়িশ্যাৰ নতুন ডিজিপি নিযুক্তি  •  ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ পঞ্চমখন প্ৰাৰ্থী তালিকা প্ৰকাশ...  •  ওৰাং-গেলাবিলত ১৮ ঘণ্টাৰ ভিতৰত চাৰিটাকৈ দুৰ্ঘটনাত নিহত ১০, আহত ৭  •  সিদ্ধাৰ্থৰ নতুন ছবি ‘মৰজাৱা’ই ৫দিনত উপাৰ্জন কৰিলে...  •  শিক্ষক নিযুক্তিৰ দাবীত বিদ্যালয়ত তলা ওলমালে শিমলুগুৰি আছুৱে

মাতৃ সুষমা স্বৰাজক স্মৰণ কৰি কন্যাই দিয়া ভাষণে আৱেগিক কৰিলে সকলোকে, VIDEO

1,029

ডিজিটেল ডেস্কঃ এটা ভাষণ। নতুন দিল্লীত অনুষ্ঠিত কৰা সুষমা স্বৰাজৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দিয়া এই ভাষণে সকলোৰে চকু চলচলীয়া কৰি তুলিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতা, মন্ত্ৰী তথা আন ৰাজনৈতিক দলৰ নেতা আৰু সুষমা স্বৰাজৰ বহু অনুৰাগী উপস্থিত আছিল এই অনুষ্ঠানটোত।

মাতৃক স্মৰণ কৰি অতি কম সময়ৰ বাবে দিয়া এই ভাষণে হৃদয় চুই গ’ল সকলোৰে। সদ্য প্ৰয়াত বিজেপি নেতৃ তথা প্ৰাক্তন মন্ত্ৰী সুষমা স্বৰাজৰ কন্যা বাঞ্চুৰী স্বৰাজে মাতৃৰ কৰ্মজীৱনক আলোকপাত কৰিছিল এইদৰে। তেওঁ কৈছিল, মা মোৰ বাবে আছিল অত্যন্ত ঘনিষ্ঠ বন্ধু।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি