মাতৃ সুষমা স্বৰাজক স্মৰণ কৰি কন্যাই দিয়া ভাষণে আৱেগিক কৰিলে সকলোকে, VIDEO

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ এটা ভাষণ। নতুন দিল্লীত অনুষ্ঠিত কৰা সুষমা স্বৰাজৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দিয়া এই ভাষণে সকলোৰে চকু চলচলীয়া কৰি তুলিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতা, মন্ত্ৰী তথা আন ৰাজনৈতিক দলৰ নেতা আৰু সুষমা স্বৰাজৰ বহু অনুৰাগী উপস্থিত আছিল এই অনুষ্ঠানটোত।

মাতৃক স্মৰণ কৰি অতি কম সময়ৰ বাবে দিয়া এই ভাষণে হৃদয় চুই গ'ল সকলোৰে। সদ্য প্ৰয়াত বিজেপি নেতৃ তথা প্ৰাক্তন মন্ত্ৰী সুষমা স্বৰাজৰ কন্যা বাঞ্চুৰী স্বৰাজে মাতৃৰ কৰ্মজীৱনক আলোকপাত কৰিছিল এইদৰে। তেওঁ কৈছিল, মা মোৰ বাবে আছিল অত্যন্ত ঘনিষ্ঠ বন্ধু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in