শেহতীয়া খবৰ
ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...  •  ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক উপহাৰ বিতৰণ কাৰ্যসূচী...  •  বিশিষ্ট সাহিত্যিক-সমাজ সেৱিকা এলী আহমেদলৈ ‘নেতাজী গৰিমা’ বঁটা...  •  উৰিয়ামঘাটত শিশু অপহৰণ, দুষ্ট চক্ৰ জড়িতৰ সন্দেহ আৰক্ষীৰ...  •  গৰৈমাৰী-সোণতলীত জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত 'সাংবাদিকৰ সজাগতা যাত্ৰা'...

‘এমএছ ধোনী’ খ্যাত সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা, কিছুদিন পূৰ্বে উদ্ধাৰ হৈছিল প্ৰাক্তন মহিলা মেনেজাৰৰ মৃতদেহ…

10,793
  • জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা।
  • মুম্বাইস্থিত বাসগৃহত তেওঁ আত্মহত্যা কৰে।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৪ বছৰ।
  • বহুকেইখন ছবিত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেতাগৰাকীয়ে।
  • দেওবাৰে পুৱা তেওঁ চীপ লৈ আত্মহত্যা কৰে।
  • প্ৰথমাৱস্থাত পবিত্ৰ ৰিষ্টা নামৰ ধাৰাবাহিকখেনেৰে তেওঁ জনপ্ৰিয় হৈছিল।
  • তেওঁ ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিয়ন কৰিছিল।
  • অভিষেক কাপুৰৰ ছবি কাই প’ চে আছিল তেওঁ অভিনয় কৰা প্ৰথমখন ছবি।
  • উল্লেখ্য যে, কিছুদিন পূৰ্বে তেওঁৰ প্ৰাক্তন মেনেজাৰ দীশা ছেলিয়েনকো মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি