‘এমএছ ধোনী’ খ্যাত সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা, কিছুদিন পূৰ্বে উদ্ধাৰ হৈছিল প্ৰাক্তন মহিলা মেনেজাৰৰ মৃতদেহ…

‘এমএছ ধোনী’ খ্যাত সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা, কিছুদিন পূৰ্বে উদ্ধাৰ হৈছিল প্ৰাক্তন মহিলা মেনেজাৰৰ মৃতদেহ…

  • জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা।
  • মুম্বাইস্থিত বাসগৃহত তেওঁ আত্মহত্যা কৰে।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৪ বছৰ।
  • বহুকেইখন ছবিত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেতাগৰাকীয়ে।
  • দেওবাৰে পুৱা তেওঁ চীপ লৈ আত্মহত্যা কৰে।
  • প্ৰথমাৱস্থাত পবিত্ৰ ৰিষ্টা নামৰ ধাৰাবাহিকখেনেৰে তেওঁ জনপ্ৰিয় হৈছিল।
  • তেওঁ ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিয়ন কৰিছিল।
  • অভিষেক কাপুৰৰ ছবি কাই প' চে আছিল তেওঁ অভিনয় কৰা প্ৰথমখন ছবি।
  • উল্লেখ্য যে, কিছুদিন পূৰ্বে তেওঁৰ প্ৰাক্তন মেনেজাৰ দীশা ছেলিয়েনকো মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in