উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব আইন ৫৫, পাছপ’ৰ্ট আইনত সংশোধনীৰ শুনানি…

ফাইল ফটো
ফাইল ফটো
  • উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি।
  • নাগৰিকত্ব আইন ৫৫ আৰু পাছপ'ৰ্ট আইনত কেন্দ্ৰই অনা সংশোধনী নিয়মসমূহক লৈ শুনানি।
  • আইন সংশোধনী আইনবিৰোধী মঞ্চই দাখিল কৰিছিল আৱেদন।
  • ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱা বা নোহোৱা সময় পৰ্যন্ত অপেক্ষা কৰিবলৈ নিৰ্দেশ।
  • লগতে আইন সংশোধনী আইনবিৰোধী মঞ্চই দাখিল কৰা আবেদনখনো স্থগিত ৰাখে উচ্চতম ন্যায়ালয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in