বিজেপিত যোগদানৰ পাছত ছানী দেওলৰ প্ৰথম ৰোড শ্ব’… VIDEO

বিজেপিত যোগদানৰ পাছত ছানী দেওলৰ প্ৰথম ৰোড শ্ব’… VIDEO
  • বিজেপিত যোগদানৰ পাছত অভিনেতা ছানী দেওলৰ প্ৰথমটো ৰোড শ্ব' কাৰ্যসূচী।
  • ৰাজস্থানৰ বাৰ্মাৰত ছানী দেওলৰ এই বিশাল ৰোড শ্ব'।
  • বাৰ্মাৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৈলাশ চৌধুৰীৰ হৈ প্ৰচাৰ চলায় তেওঁ।
  • সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী মানবেন্দ্ৰ সিঙে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।

চাওঁক ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in