অসম
এইবাৰ গৰম বন্ধ কেতিয়া? জনালে শিক্ষামন্ত্ৰীয়ে…
- ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানখনসমূহৰ গৰমবন্ধ ঘোষণা।
- পূৰ্বতকৈ আগুৱাই দিয়া হৈছে গৰম বন্ধ।
- ২৫ জুনৰ পৰা ২৫ জুলাইলৈকে ১ মাহ গৰম বন্ধ পাব ছাত্ৰ-ছাত্ৰীয়ে।
- বান পানীৰ বাবে বহু শিক্ষানুষ্ঠান বন্ধ হৈ আছে।
- সেয়েহে এইবাৰ আগুৱাই দিয়া হৈছে গৰম বন্ধ।
- শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৰিলে এই গৰম বন্ধ।