চিলপথাৰ কাণ্ডৰ মূল খলনায়ক সুবোধ বিশ্বাসৰ জামিন মঞ্জুৰ

চিলপথাৰ কাণ্ডৰ মূল খলনায়ক সুবোধ বিশ্বাসৰ জামিন মঞ্জুৰ
  • চিলাপথাৰ কাণ্ডৰ মূল অভিযুক্ত সুবোধ বিশ্বাসৰ জামিন মঞ্জুৰ।
  • গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে সুবোধৰ জামিন।
  • ন্যায়াধীশ মীৰ আলফাজাৰ আদালতে মঞ্জুৰ কৰে বিশ্বাসৰ জামিন আবেদন।
  • ২০১৭ চনৰ ৬ মাৰ্চত চিলাপথাৰত আছুৰ কাৰ্যালয় লণ্ড ভণ্ড কৰিছিল সুবোধ বিশ্বাসে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in