শুৱালকুছিত পথ দুৰ্ঘটনা, নিহত এজন

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • শুৱালকুছিত পথ দুৰ্ঘটনা।
  • দ্ৰুতবেগী স্কুটী নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল ৰাজপথত।
  • দুৰ্ঘটনাত নিহত স্কুটী আৰোহীজন।
  • চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু স্কুটী আৰোহীজনৰ।
  • স্কুটী আৰোহীজনৰ নাম মৃদুল বৈশ্য বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in