শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

ছিডনীৰ পৰা ব্ৰীচবেনত উপস্থিত বিতৰ্ক, পন্টৰ অভিযোগত আচৰিত স্মিথ…

ডিজিটেল ডেস্ক : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয় খন টেষ্ট ড্ৰ’ হোৱাৰ পিছত দুয়োটা দল ছিডনীৰ পৰা ব্ৰীচবেনত উপস্থিত হয় । দুয়োটা দলৰ মাজত আৰম্ভ হোৱা শীতল যুদ্ধও ছিডনীৰ পৰা ব্ৰীচবেনলৈ আহে । তৃতীয় ষ্টেষ্টত ষ্টীভ স্মিথে ঋষভ পইন্টৰ গাৰ্ড চিহ্ন নষ্ট কৰাৰ চেষ্টা কৰিছিল । অৱশ্যে, স্মিথে এনে অভিযোগত আচৰিত হৈ পৰিছিল।

অষ্ট্ৰেলিয়াৰ পূৰ্বৰ কেপ্টেইন ষ্টীভ স্মিথে তৃতীয় টেষ্টৰ অন্তিম দিনা বেটছমেনৰ গাৰ্ড চিহ্নৰ ভৰিৰে নষ্ট কৰা গৈছিল। টেষ্টখনৰ অন্তিম দিনত ঋষভ পন্টে এক আকৰ্ষিত ৯৭ ৰানৰ ইনিংছ খেলিছিল,ভাৰতে বিজয়ৰ বাবে ৪০৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিছিল আৰু শেষত টেষ্টখন ড্ৰ’ হৈছিল ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি