কোনে কেইখন পাব আসনঃ হিমন্ত বিশ্ব শৰ্মাই দিলে হিচাপ

কোনে কেইখন পাব আসনঃ হিমন্ত বিশ্ব শৰ্মাই দিলে হিচাপ
  • ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সংবাদমেল সম্বোধন।
  • ভোটগ্ৰহণৰ পিছত প্ৰথমখন সংবাদমেল সংম্বোধন বিজেপি শীৰ্ষ নেতৃত্বৰ।
  • বিজেপিৰ হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত সংবোধন কৰে এই সংবাদমেল।
  • বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এই সংবাদমেল।
  • উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস।
  • কোৰোনা সংক্ৰমণ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ ক'লে কিছু কথা।
  • লকডাউন আৰু নাইট কাৰ্ফিউৰ কোনো সম্ভাৱনা নাইঃ হিমন্ত।
  • সকলো চিকিৎসক আৰু চিকিৎসাকৰ্মীকে দিয়া হৈছে কোভিড ভেকচিন।
  • অসমত কোৰোনাৰ ২য় ঢৌ আৰম্ভ হৈছেঃ হিমন্ত।
  • কোৰোনাৰ কিবা লক্ষণ দেখিলেই টেষ্ট কৰিবলৈ আহ্বান বিত্ত মন্ত্ৰীগৰাকীৰ।
  • কাইলৈ ১৮ হাজাৰ আজি ৩৫ হাজাৰ টেষ্ট কৰা হ'বঃ হিমন্ত।
  • নিৰ্বাচন সন্দৰ্ভত হিমন্তৰ প্ৰতিক্ৰিয়া।
  • আমি লেটাৰ নহ'লে ডিষ্টিংছন পাই চৰকাৰ গঠন কৰিমঃ হিমন্ত।
  • মিত্ৰজোঁটক হিয়াভৰা আশীৰ্বাদ দিয়া বাবে কৃতজ্ঞ ৰাইজৰ ওচৰতঃ হিমন্ত।
  • অভিলেখ গঢ়ি মিত্ৰজোঁট শাসনলৈ ঘুৰি আহিবঃ হিমন্ত।
  • বিহু সন্দৰ্ভত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
  • বিহু ভালদৰেই পালন কৰা হ'ব।
  • বিহু পালন কৰা হ'ব, এখন এছ অ' পি উলিওৱা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in