শেহতীয়া খবৰ
নেছ'ৰ ১১ ঘন্টীয়া উঃপূঃ বন্ধ সফল কৰিবলৈ বৰাকসহ অসমবাসীক মুকলি আহ্বান আছু আৰু অসম খিলঞ্জীয়া সুৰক্ষা কমিটীৰ  •  নামতিত ঐক্য সেনা অসমৰ উত্তাল প্রতিবাদঃ বিধায়ক প্রদীপ হাজৰিকাক কেবৰ ওপৰত স্থিতি স্পষ্ট কৰাৰ দাবী, VIDEO  •  ১৪ ডিচেম্বৰত চৰ-চাপৰি সাহিত্য পৰিষদে প্ৰদান কৰিব "ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান" আৰু "শ্বহীদ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান"  •  ১৪ ডিচেম্বৰত চৰ-চাপৰি সাহিত্য পৰিষদে প্ৰদান কৰিব "ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান" আৰু "শ্বহীদ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান"  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৮ প্ৰতিবাদকাৰীক এৰি দিলে আৰক্ষীয়ে...  •  ৯ আৰু ১০ ডিচেম্বৰত কোনে কোনে দিছে অসম বন্ধ...  •  ৰাইজে কৈছেঃ কেব নালাগে, নালাগে, নালাগে, নালাগে...  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই জ্বলালে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা... VIDEO  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদঃ কি মত এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ...  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদঃ কি মত এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ...

দাউ-দাউকৈ জ্বলিল বলেৰ’ পিক আপ ভান

103

ডিজিটেল সংবাদ, সৃজনগ্ৰামঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বড়িগাঁও পাহাৰতলীত দাউ-দাউকৈ জ্বলি উঠিল এখন বলেৰ’ পিক আপ ভান। সৃজনগ্ৰাম আমবাড়িৰ পৰা অভয়াপুৰী অভিমুখে ধানখেৰ কঢ়িয়াই আহি থকা অৱস্থাতে সংঘটিত হয় এই অগ্নিকাণ্ড।

যান্ত্ৰিক বিজুতিৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ। বলেৰ’ পিক আপ ভানখনৰ নম্বৰ এএছ-১০-চি-০৬৭২। কথমপি প্ৰাণৰক্ষা পৰে চালক-হেণ্ডিমেনৰ। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপিত কৰে জুই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি