শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

কলকতা নাইট ৰাইডাৰ্ছৰ মুখামুখী ছানৰাইজাৰ্ছ হায়দৰাবাদ, ৰাছিদ খানে ক’লে কোনে জিকিব…

  • দেওবাৰে অনুষ্ঠিত হ’ব আইপিএলৰ তৃতীয় খন খেল ।
  • তৃতীয় খন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে মুখামুখি হ’ব ।
  • খেল খনৰ আৰম্ভনিতেই ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলুৱৈ ৰছিদ খানে খেললৈ সাজু বুলি এক ফটো শ্বেয়াৰ কৰে ।
  • খেলখনৰ আৰম্ভনিতে ৰাছিদ খানে হায়দৰাবাদ জিকিব বুলিও মন্তব্য কৰে ।
  • ইফালে আইপিএলৰ তৃতীয় খন খেলকলৈ সমাজিক মধ্যমতো ব্যপক চৰ্চা হৈছে ।
  • টছত জয়লাভ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি