Published on:
Updated on:
- ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শ্বেখৰ ধৱনৰ শতক।
- ১০০টা বলত ১০৯ৰান সংগ্ৰহ কৰে শ্বেখৰ ধৱনে।
- ধৱনৰ সৈতে ক্ৰীজত আছে অধিনায়ক বিৰাট কোহলি।
- বিৰাট কোহলিয়ে ৩৪টা বলত ৩০ ৰান সংগ্ৰহ কৰে।
- ভাৰতে ১টা উইকেইৰ বিনিময়ত ৩৪.২ অভাৰত সংগ্ৰহ কৰিছে ২০২ ৰান।
Code:
Asomiya Pratidin
www.asomiyapratidin.in