Published on:
Updated on:
- বিশ্বকাপ ক্ৰিকেটত আজি ইংলেণ্ডৰ মুখামুখি হ'ব আফগানিস্তান
- মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেল
- এইখন মেচ বিশ্বকাপৰ ২৪সংখ্যক মেচ ।
- আনফালে ২২ জুনত ভাৰতৰ সৈতে মুখামুখি হ'ব আফগানিস্তান।
- ২৭ জুনত টীম ইণ্ডিয়া অৱতীৰ্ণ হ'ব ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে।
- ৩০ জুনত খেলিব আয়োজক ইংলেণ্ডৰ বিপক্ষে খেলপথাৰত নামিব ভাৰত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in