Published on:
Updated on:
- আই চি চি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলৰ প্ৰথন ইনিংছৰ সমাপ্তি।
- অষ্ট্ৰিলিয়াই প্ৰথমে বেটিং কৰি টীম ইণ্ডিয়াক দিয়ে ১৮৫ ৰানৰ লক্ষ্য।
- নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে ১৮৪ ৰান।
- ইফালে ১৮৫ ৰান পিছা কৰি সংকটত পৰিছে টীম ইণ্ডিয়া।
- মাত্ৰ ৫ ৰান সংগ্ৰহ কৰিছে এটা উইকেট হেৰুৱায় টীম ইণ্ডিয়াই।
- বৰ্তমান ১০ অভাৰৰ অন্তত ৪৭ ৰান সংগ্ৰহ কৰিছে ইণ্ডিয়াই।
- অধিনায়ককে ধৰি ৪ টা উইকেট হেৰুৱাইছে ভাৰতে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in