Published on:
Updated on:
- মল্লযুঁজাৰু সাক্ষী মালিক পৰাস্ত।
- মল্লযুঁজৰ ৬২ কেজি শাখাত খেলিছিল সাক্ষীয়ে।
- উত্তৰ কোৰিয়াৰ ৰীম জং ছীমৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল সাক্ষীয়ে।
- ২-১২ পইণ্টৰ ব্যৱধানত পৰাস্ত হয় সাক্ষী।
- সাক্ষীয়ে পদক পাব বুলি আশাৰে বাট চাইছিল দেশবাসীয়ে।
- দেশবাসীকে নিৰাশ কৰিলে সাক্ষী মালিকে।
- ৰিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল সাক্ষীয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in