ক্রীড়া-জগত কোৰোনাত আক্ৰান্ত শচীন তেণ্ডুলকাৰ… কোৰোনাত আক্ৰান্ত শচীন তেণ্ডুলকাৰ… asomiyapratidin 27 Mar 2021 10:51 IST Follow UsNew Updateকোৰোনাত আক্ৰান্ত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ ।শনিবাৰে তেণ্ডুলকাৰৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে ।ক্ৰিকেটাৰ গৰাকীয়ে নিজ বাসভৱনত কোৱাৰেন্টাইন কৰি ৰাখিছে ।সকলোকে সজাগ হোৱাৰ আহ্বান জনাইছে ক্ৰিকেটাৰ গৰাকীয়ে ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক