Published on:
Updated on:
- সদ্য প্ৰয়াত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ ভি বি চন্দ্ৰশেখৰৰ ঘৰত ৰাহুল দ্ৰাবিড়।
- বৃহস্পতিবাৰে চেন্নাইস্থিত নিজ বাসগৃহত আত্মহত্যা কৰিছিল ভি বি চন্দ্ৰশেখৰে।
- তাৰ পিছতে খেলুৱৈগৰাকীৰ ঘৰলৈ সোত বৈছিল অজস্ৰ লোক।
- মাইলাপোৰস্থিত বাসগৃহত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল চন্দ্ৰশেখৰৰ মৃতদেহ।
- বহু প্ৰাক্তন আৰু বৰ্তমানৰ ক্ৰিকেটাৰে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in