Published on:
Updated on:
- ছেমি ফাইনেলৰ দ্বিতীয় লীগৰ খেলত আজি নৰ্থ-ইষ্ট ইউনাইটেড এফ চি মুখামুখি হ'ব বেংগালুৰু এফ চিৰ।
- বেংগালুৰুৰ কান্তিৰাবা ষ্টেডিয়ামত হ'ব এই খেলখন।
- সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব খেলখন।
- সৰুসজাইত অনুষ্ঠিত ছেমিৰ প্ৰথম লীগৰ মেচত NEUFCৰ হাতত ২-১ গ'লত পৰাস্ত হৈছিল বেংগালুৰু।
Code:
Asomiya Pratidin
www.asomiyapratidin.in