Published on:
Updated on:
- মণিপুৰৰ বক্সাৰ এম চি মেৰীকমৰ আন এক কৃতিত্ব।
- ইণ্টাৰনেচনেল বক্সিং এছ'চিয়েচনৰ ৰেংকিঙৰ শীৰ্ষস্থানত মেৰীকম।
- ১৭০০ পইণ্টেৰে প্ৰথম স্থান দখল কৰিলে বিশ্ব ইতিহাসৰ আটাইতকৈ সফল মহিলা বক্সাৰগৰাকীয়ে।
- বিগত বৰ্ষৰ নৱেম্বৰত দিল্লীত অনুষ্ঠিত বিশ্ব বক্সিঙত স্বৰ্ণপদক লাভ কৰা মেৰীকমে মুঠ ৬ বাৰকৈ অৰ্জন কৰিছে বিশ্ব চেম্পিয়নৰ খিতাপ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in