ইতিহাস ৰচিলে লাভলীনাইঃ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয়

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত লাভলীনাৰ স্বৰ্ণ জয়। ৭৫ কেজি শাখাত স্বৰ্ণ জয় লাভলীনা বৰগোহাঁইৰ।

author-image
Asomiya Pratidin
New Update
ইতিহাস ৰচিলে লাভলীনাইঃ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয়

  • বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত লাভলীনাৰ স্বৰ্ণ জয়।

  • ৭৫ কেজি শাখাত স্বৰ্ণ জয় লাভলীনা বৰগোহাঁইৰ।

  • লাভলীনাৰ হাতত ফাইনেলত পৰাস্ত অষ্ট্রেলিয়াৰ প্রতিদ্বন্দ্বী।

  • কেটলিন পাৰ্কাৰক হৰুৱাই স্বৰ্ণ জয় লাভলীনাৰ।

  • বিশ্ব চেম্পিয়নশ্বিপত ইতিহাস ৰচি স্বৰ্ণ জয় লাভলীনাৰ।

  • অসমৰ প্রথমগৰাকী বক্সাৰ হিচাপে স্বৰ্ণ জয় লাভলীনাৰ।

  • পূৰ্বতে লাভলীনাই দুবাৰকৈ জয় কৰিছিল ব্রঞ্জৰ পদক।