ক্রীড়া-জগত
টি-২০ শৃংখলাৰ তৃতীয়খন মেচঃ শ্ৰীলংকাৰ সন্মুখত ভাৰতে বান্ধি দিলে ২০২ ৰানৰ লক্ষ্য…
- ভাৰত আৰু শ্ৰীলংকাৰ টি-২০ শৃংখলাৰ তৃতীয়খন মেচ।
- প্রথমে বেটিং কৰি ভাৰতে সংগ্ৰহ কৰে ২০১ ৰান।
- ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে এই ৰান।
- এই মেচখনত জয়ী হ'বলৈ ২০ অভাৰত শ্ৰীলংকাই সংগ্ৰহ কৰিব লাগিব ২০২ৰান।
- ১২.১ অভাৰত শ্ৰীলংকাই ৯৭ ৰান সংগ্ৰহ কৰে।
- ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে এই ৰান।