Published on:
Updated on:
- ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ।
- প্ৰথমে বেটিং কৰি ২৫৫ ৰান সংগ্ৰহ কৰে ভাৰতীয় ক্ৰিকেট দলে।
- ৪৯.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে এই ৰান।
- এই মেচখনত জয়ী হ'বলৈ অষ্ট্ৰেলিয়াক প্ৰয়োজন ২৫৬ ৰানৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in