Published on:
Updated on:
- ইংলেণ্ডৰ মানচেষ্টাৰৰ পৰা আহিছে ভাল খবৰ।
- মুকলি হৈছে আকাশ।
- আতৰাই দিয়া হৈছে খেলপথাৰ ঢাকি ৰখা কভাৰ।
- ওৰেনিশা খেলপথাৰত ওপৰত ৰখা হৈছিল কভাৰ।
- সময় মতেই অথাৎ ৩ বজাৰ পৰাই আৰম্ভ হ'ব মেচ।
- মেচখনত মুঠ ব্ৰেক সময় থাকিব ১০ মিনিট।
- ৪৬.১ অভাৰৰ পৰা নিউজিলেণ্ডে কৰিব বেটিং।
- বৰ্তমান ৫ উইকেট হেৰুৱাই নিউজিলেণ্ডৰ স্কৰ ২১১।
Code:
Asomiya Pratidin
www.asomiyapratidin.in