Published on:
Updated on:
- হিমা দাসৰ ইউনিছেফৰ ভাৰতৰ যুৱ এম্বেছেদৰ হিচাপে নিযুক্তি।
- বুধবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিলে ইউনিছেফ কৰ্তৃপক্ষই।
- বৰ্তমান পাটিয়ালাত প্ৰশিক্ষণৰত হিমা দাস।
- অলিম্পিকৰ বাবে কঠোৰ অনুশীলনত নামিছে খেলুৱৈগৰাকী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in