ক্রীড়া-জগত
ভাৰত ইংলেণ্ডৰ দ্বিতীয় এদিনীয়া : টছত জিকি বলিঙৰ সিদ্ধান্ত ইংলেণ্ডৰ…
- ভাৰত- ইংলেণ্ডৰ মাজত দ্বিতীয়খন এদিনীয়া খেল শুকুৰবাৰে পুনেত অনুষ্ঠিত হ'ব ।
- টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ইংলেণ্ডে ।
- শৃংখলাটোৰ প্ৰথম খেলত ভাৰতে জয়লাভ কৰি শৃখলাটোত অগ্ৰগতি লাভ কৰিছিল ।
- শুকুৰবাৰৰ খেল খনত জয়লাভ কৰিলে শৃংখলা হস্তগত কৰিব ভাৰতে ।
- ভাৰতীয় দলৰ মূল একাদশত সালসলনি হোৱাৰ সম্ভাৱনা আছে ।