Published on :
Updated on :
- টকিঅ' অলিম্পিকৰ সপ্তমটো দিন ভাৰতৰ বাবে অতি ভাল পৰিলক্ষিত হৈছে।
- ইতিমধ্যে বক্সিঙত কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে সতীশ কুমাৰে।
- ৯১ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ সতীশ কুমাৰৰ।
- জামাইকাৰ বক্সাৰ ৰিক'ৰ্ডোক পৰাস্ত কৰিলে ভাৰতীয় বক্সাৰ গৰাকীয়ে।
- অলিম্পিকত এইবাৰ বক্সিঙতো ভাৰতে মেডেল অৰ্জনৰ আশা আৰু অধিক বৃদ্ধি পাইছে।
Asomiya Pratidin
www.asomiyapratidin.in