Published on:
Updated on:
- ক্ৰিকেট বিশ্বকাপ-২০১৯ত বাংলাদেশৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ৫ উইকেটৰ বিনিময়ত ৫০ অভাৰত সংগ্ৰহ ৩৮১ ৰান।
- টছত জয়ী হৈ প্ৰথমে বেটিং কৰিছিল অষ্ট্ৰেলিয়াই।
- বাংলাদেশক জয়ী হোৱাৰ বাবে প্ৰয়োজন ৩৮২ ৰান।
- অষ্ট্ৰেলিয়াৰ হৈ সৰ্ব্বোচ্চ ১৬৬ ৰান সংগ্ৰহ ডেভিদ ৱাৰ্নাৰৰ।
- আনহাতে উচমান খাৱাজাই সংগ্ৰহ কৰে ৮৯ ৰান।
- বাংলাদেশৰ হৈ সৌময়া সৰকাৰে দখল কৰে সৰ্বাধিক ৩ টা উইকেট।
Code:
Asomiya Pratidin
www.asomiyapratidin.in