Published on:
Updated on:
- ফিফা ৱ'ৰ্ল্ড কাপ কোৱালিফায়াৰলৈ নিৰ্বাচিত অসমৰ হলিচৰণ নাৰ্জাৰী
- ভাৰতীয় দলত স্থান লাভ কৰে অসমৰ ফুটবলাৰ গৰাকীয়ে ।
- চলিত আইএছএলত হায়দৰাবাদ এফ চিৰ হৈ সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল নাৰ্জাৰীয়ে
- হায়দৰাবাদ এফ চিৰ হৈ ৪ টাকৈ গ'ল দিবলৈ সক্ষম হৈছিল ফুটবলাৰ গৰাকীয়ে ।
- ভাৰতীয় দলটোত হায়দৰাবাদ এফ চিৰ মুঠ ৬ গৰাকী খেলুৱৈৰ স্থান লাভ কৰে ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in