এছিয়ান গেমছৰ বক্সিঙত ৰিঅ’ অলিম্পিকৰ স্বৰ্ণ বিজয়ীক পৰাস্ত কৰি ভাৰতৰ অমিতৰ স্বৰ্ণ জয়

এছিয়ান গেমছৰ বক্সিঙত ৰিঅ’ অলিম্পিকৰ স্বৰ্ণ বিজয়ীক পৰাস্ত কৰি ভাৰতৰ অমিতৰ স্বৰ্ণ জয়

author-image
asomiyapratidin
New Update
এছিয়ান গেমছৰ বক্সিঙত ৰিঅ’ অলিম্পিকৰ স্বৰ্ণ বিজয়ীক পৰাস্ত কৰি ভাৰতৰ অমিতৰ স্বৰ্ণ জয়

  • অলিম্পিকত ভাৰতীয় বক্সাৰ অমিত পেংঘালে ঘটালে অঘটন।
  • ৰিঅ' অলিম্পিকৰ সোণৰ পদক প্ৰাপক হাছান বয়দাছমেটভক পৰাস্ত কৰিলে অমিতে।
  • বক্সিঙৰ ৪৫কেজি শাখাত এই অঘটন।
  • ৩-২ ব্যৱধানত হাছানক পৰাস্ত কৰিলে অমিতে।
  • ফাইনেলত ৰিঅ' অলিম্পিকৰ সোণৰ পদক প্ৰাপ্ত হাছানক পৰাস্ত কৰি এছিয়ান গেমছত অমিতৰ সোণ।
  • সেনা বাহিনীত কৰ্মৰত অমিত।
  • হাৰিয়ানাত ঘৰ অমিতৰ।
  • আজি ব্ৰঞ্জৰ পদকৰ বাবে ভাৰত আৰু পাকিস্তানৰ পুৰুষ দলৰ হকী মেচ।
  • স্কোৱাৰ্টছ ফাইনেলত হংকঙৰ বিৰুদ্ধে খেলিব ভাৰতীয় মহিলা দলে।